^
1 বংশাৱলি
যাকোবৰ দিনলৈকে আদমৰ বংশাৱলি।
যাকোবৰ পুত্ৰসকল, আৰু তেওঁলোকৰ সন্তান সকল।
দায়ূদৰ সন্তান সকলৰ তালিকা।
ইস্ৰায়েলৰ গোষ্ঠীসকলৰ বংশাৱলি।
যিৰূচালেম নিবাসীসকলৰ তালিকা। চৌলৰ বংশাৱলী।
চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু।
গোটেই ইস্ৰায়েলৰ ওপৰত দায়ুদ ৰজা হোৱা। তেওঁৰ বীৰসকলৰ তালিকা।
দায়ূদৰ পক্ষৰ লোকসকলৰ বিষয়।
ওবেদ-ইদোমৰ ঘৰলৈ নিয়ম-চন্দুক অনা। দায়ূদে ফিলিষ্টীয়াসকলক জয় কৰা।
যিৰূচালেমলৈ নিয়ম-চন্দুক অনা। দায়ূদৰ স্তুতি-গীত।
দায়ূদৰ আগত ঈশ্বৰৰ প্ৰতিজ্ঞা, আৰু ঈশ্বৰৰ আগত তেওঁৰ প্ৰাৰ্থনা।
দায়ূদে নানা জাতিক জয় কৰা; তেওঁ পাত্ৰমন্ত্ৰীসকলৰ তালিকা।
অম্মোনীয়া, অৰামীয়া, আৰু ফিলিষ্টীয়াসকলৰ সৈতে দায়ূদে যুদ্ধ কৰা।
লোকসকলক গণনা কৰাৰ দোষ; আৰু তাৰ দণ্ড
দায়ূদে মন্দিৰৰ অৰ্থে বস্তু আয়োজন কৰা; আৰু চলোমনক আদেশ দিয়া।
দায়ূদে চলোমনক ৰজা পতা। লেবীয়া আৰু পুৰোহিতসকলৰ কথা।
গায়ন-বায়ন সকলৰ বিষয়।
দুৱৰী আৰু কোষাধ্যক্ষ সকলৰ বিষয়।
সেনাপতি আৰু কাৰ্যাধ্যক্ষ সকলৰ বিষয়
দায়ূদে দিয়া শেষ-আদেশ আৰু বক্তৃতা। তেওঁৰ মৃত্যু।