^
2 ৰাজাৱলি
ৰজা অহজিয়াৰ আঘাত আৰু মৃত্যু।
এলিয়া স্বৰ্গলৈ উঠি যোৱা।
এলিয়াক স্বর্গলৈ তুলি নিয়া
ইলীচাই পানী বিশুদ্ধ কৰা
ইলীচাক বিদ্রূপ কৰাৰ ফল
ইস্ৰায়েলত যোৰামৰ ৰাজত্ব
মোৱাব ইস্রায়েলৰ পৰা পৃথক হৈ বিদ্রোহ কৰা
এগৰাকী বিধৱাক ইলীচাই সাহার্য কৰা
ইলীচাই চুনেমীয় মহিলাৰ পুত্রক জীৱিত কৰা
বিহ মিহলোৱা চুৰুহা
এশজন লোকক খুউৱা
নামানৰ কুষ্ঠৰোগ সুস্থ হোৱা।
গেহজীৰ লোভ আৰু শাস্তি
ইলীচাই কুঠাৰ ওপঙোৱা।
অৰামীয়া সৈন্যদল অন্ধ হোৱা
ৰজা বিন হদদৰ চমৰীয়া অৱৰোধ
ইলীচাই আহাৰৰ প্রতিজ্ঞা কৰা
অৰামীয়াসকল পলাই যোৱা
চুনেমীয়ানীৰ মাটি উদ্ধাৰ
হজায়েলে ৰজা বিন-হদদক হত্যা কৰা
যিহূদাৰ ৰজা যিহোৰাম
যিহূদাৰ ৰজা অহজিয়া
ইস্রায়েলৰ ৰজা যেহূ
যেহূৱে যোৰাম আৰু অহাজিয়াক হত্যা কৰা
যেহূৱে ঈজেবলক হত্যা কৰা
যেহূৱে আহাবৰ বংশধৰসকলক বধ কৰা
যেহূৱে বাল দেৱতাৰ পুৰোহিতসকলক বধ কৰা
অথলিয়াই যিহূদাত শাসন কৰা
যিহূদাৰ ৰজা পদত যোৱাচক অভিষেক কৰা
যিহূদাত যোৱাচৰ শাসন কাল
যোৱাচে মন্দিৰ মেৰামতি কৰা
যোৱাচৰ মৃত্যু
ইস্ৰায়েলৰ ৰজা যিহোৱাহজ
ইস্রায়েলৰ ৰজা যিহোৱাচ
ইলীচাৰ মৃত্যু
অমচিয়াই যিহূদাত ৰাজত্ব কৰা।
ইস্ৰায়েলত দ্বিতীয় যাৰবিয়ামৰ ৰাজত্ব
অজৰিয়াই যিহূদাত ৰাজত্ব কৰা
ইস্রায়েলৰ ৰজা জখৰিয়া
ইস্রায়েলৰ ৰজা চল্লুম
ইস্রায়েলৰ ৰজা মনহেম
ইস্রায়েলৰ ৰজা পকহিয়া
ইস্রায়েলৰ ৰজা পেকহ
যিহূদাৰ ৰজা যোথম
যিহূদাত আহজৰ ৰাজত্ব।
ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্ব।
ইস্রায়েলৰ পতন
পাপ আচৰণৰ বাবে ইস্ৰায়েলৰ অৱস্থা
চমৰীয়াত আন লোকক পুনর্বাসিত কৰা
যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্ব।
ৰজা চনহেৰীবে যিহূদাক আক্রমণ কৰা
যিচয়াই ৰজা হিষ্কিয়াক প্রত্যয় জন্মোৱা
ৰজা চনহেৰীবে পুনৰ যিহোৱাক ঠাট্টা কৰা
ৰজা হিষ্কিয়াৰ প্রার্থনা
যিচয়াৰ ভাৱবাণী
ৰজা হিষ্কিয়াৰ অসুস্থতা আৰু আৰোগ্য লাভ
হিষ্কিয়া আৰু বেবিলনৰ দূত
যিহূদাৰ ৰজা মনচি
যিহূদাৰ ৰজা আমোন
যিহূদাত যোচিয়াৰ ৰাজত্ব
যোচিয়াই মন্দিৰ মেৰামতি কৰা
মন্দিৰত বিধান পুস্তক পোৱা গ’ল
ভাৱবাদিনী হুল্দা
যোচিয়াৰ সংশোধন কার্য
যিহোৱাহজ, যিহোৱাকীম, আৰু যিহোৱাখীনৰ ৰাজত্ব।
যিহূদাত যিহোৱাখীনৰ ৰাজত্ব
যিৰূচালেম নগৰ অৱৰোধ কৰা
যিহূদাত চিদিকিয়াৰ ৰাজত্ব
যিহূদা দেশৰ পতন আৰু বন্দী অৱস্থা
যিহূদাৰ লোকসকলক বন্দী কৰা
গদলিয়াক যিহূদাৰ শাসনকর্তা নিযুক্ত কৰা
বন্দীত্বৰ পৰা যিহোৱাখীনে মুক্তি পোৱা