^
পাঁচনি সকলৰ কৰ্ম
শিষ্য সকলৰ সন্মুখত প্রভু যীচুৰ স্বর্গাৰোহণ
যিহূদাৰ পদত মত্তথিয়ক নিযুক্ত কৰা
পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা নমা
পিতৰৰ বক্তৃতা
তিনি হাজাৰ লোক মণ্ডলীভুক্ত হোৱা
পিতৰে এজন খোৰাক সুস্থ কৰা আৰু তাৰ ফল
ইহুদী মহাসভাত পিতৰ আৰু যোহন
বিশ্বাসী সকলৰ সহভাগিতা
অননিয় আৰু চাফীৰা
সাত জন পৰিচাৰকক নিযুক্ত কৰা
স্তিফানক ধৰি মহাসভালৈ অনা
স্তিফানৰ মৃত্যু
চৌলৰ মন-পালটন আৰু শুভবাৰ্তা প্ৰচাৰ
পিতৰৰ দুটা আচৰিত কাৰ্য
অনা-ইহুদী সকলক মণ্ডলীত ভুক্ত কৰা
পিতৰৰ বক্তৃতা আৰু তাৰ ফল
যাকোবক বধ কৰা আৰু পিতৰৰ উদ্ধাৰ
শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পৌলৰ প্ৰথম যাত্ৰা
আন্তিয়খিয়াত শুভবাৰ্তা প্ৰচাৰ কৰা
ইকনিয়ত পৌল আৰু বার্ণব্বা
যিৰূচালেমত পৰিষদীয় সভা
শুভবার্তা প্রচাৰত পৌলৰ দ্বিতীয় যাত্রা আৰু বার্ণব্বাৰ সৈতে মতানৈক্য
পৌল আৰু চীলৰ লগত তীমথিয়
ইউৰোপত শুভবার্তা প্রচাৰ
লুদিয়াৰ মন পৰিৱর্তন
ফিলিপী নগৰত পৌলৰ প্রচাৰ। বন্দীশালত পৌল আৰু চীল
পৌল আৰু চীল থিচলনীকিত
পৌল আথিনী নগৰত
কৰিন্থত পৌল
ইহুদী সকলে যিৰূচালেমত পৌলক বধ কৰিবলৈ চেষ্টা কৰা
মহাসভাৰ আগত পৌলৰ বক্তৃতা আৰু তেওঁৰ উদ্ধাৰ
দেশাধিপতিৰ আগত পৌলৰ বিচাৰ
আগ্ৰিপ্প ৰজাৰ আগত পৌলৰ বক্তৃতা
ৰোমলৈ পৌলৰ জলযাত্ৰা, আৰু বাটত জাহাজ ভঙা
ৰোমত থকা ইহুদী সকলৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা