^
ইজ্ৰা
কোৰচ ৰজাৰ আজ্ঞা-পত্ৰ। ঘুৰি অহা লোকসকলৰ তালিকা।
ইস্ৰায়েলী লোকসকলৰ লিখিত নথি-পত্র।
যজ্ঞবেদী নিৰ্ম্মাণ কৰা। পঁজা-পৰ্ব্ব পালন কৰা। ভিত্তিমূল স্থাপন কৰা।
মন্দিৰ নিৰ্ম্মাণ কাৰ্যত নানা জাতিৰ লোকে বাধা দিয়া।
মন্দিৰ নিৰ্ম্মাণ কাৰ্য পুনৰ আৰম্ভ কৰা। দেশাধ্যক্ষই পঠোৱা পত্ৰ।
দাৰিয়াবচে উত্তৰ দিয়া। মন্দিৰ নিৰ্ম্মাণ কৰি সমাপ্ত কৰা। নিস্তাৰ-পৰ্ব্ব পালন কৰা।
ইজ্ৰাৰ যাত্ৰা। ৰজাই তেওঁক দিয়া ক্ষমতা-পত্ৰ।
ইজ্ৰাৰ লগত যোৱা লোকসকলৰ তালিকা। বাটত ঘটা ঘটনা।
লোকসকলে কৰা পাপ। ইজ্ৰাৰ প্ৰাৰ্থনা।
লোকসকলে পাপ-স্বীকাৰ কৰি আন্য জাতিৰ মহিলা ত্যাগ কৰা। দোষীসকলৰ তালিকা।