^
যিৰিমিয়া
যিৰিমিয়াক আক্ৰমণ কৰা। বাদামৰ আৰু কেৰাহীৰ দৰ্শন।
ইস্ৰায়েলৰ বিশ্বাস-ঘাতকতা আৰু তাৰ ফল।
ইস্ৰায়েল আৰু যিহূদাৰ পাপৰ ক্ষমা।
যিৰূচালেমৰ ভৱিষ্যতে হ’বলগীয়া বিনাশ।
ইস্ৰায়েলৰ শত্রুৰ আগমণ আৰু তাৰ কাৰণ।
যিৰূচালেমৰ দুষ্টতাৰ কাৰণে তাৰ অৱৰোধ।
লোকসকলৰ কু-আচৰণৰ কাৰণে কোৱা যিহোৱাৰ ক্ৰোধ-বাক্য।
যিৰিমিয়াৰ বিলাপ-গীত।
যিহোৱা-বিষয়ক জ্ঞানৰ প্রাধান্যতা আৰু দেৱপূজাৰ মূৰ্খতা।
যিৰূচালেম-নিবাসীসকললৈ ঘটিব লগা আপদ।
লোকসকলে নিয়মটি ভঙা আৰু ভাববাদীলৈ কু-ব্যৱহাৰ কৰা।
দুষ্টৰ উন্নতি। যিৰিমিয়াৰ দুখভোগ। দেশৰ বিনাশ। ইস্ৰায়েলৰ শত্ৰূৰ শেষ গতি।
পোতা টঙালিৰ উপমা। যিহূদীসকলৰ অদম্য দুষ্টতা।
অনাবৃষ্টিৰ বিষয়ে যিহোৱাৰ বাক্য আৰু ভাববাদীৰ নিবেদন।
আহিব লগা আপদ। ভাববাদীৰ বিলাপ আৰু যিহোৱাৰ উত্তৰ।
যিহূদীসকলৰ পাপ আৰু ভাবী দুৰৱস্থা।
বিশ্ৰাম-বাৰ বিষয়ক যিহোৱাৰ বাক্য।
কুমাৰে নতুনকৈ কৰা পাত্ৰৰ উপমা।
ভগা পাত্ৰৰ উপমা। যিৰিমিয়াৰ দুখ-ভোগ।
চিদিকিয়াৰ নিবেদন আৰু যিহোৱাই তেওঁক উত্তৰ দিয়া।
যিহোয়াকীমৰ, চল্লুমৰ আৰু কনিয়াৰ বিষয়ে কোৱা বাক্য।
শাসনকৰ্ত্তা, ভাববাদী আৰু পুৰোহিতসকলৰ বিৰুদ্ধে কোৱা বাক্য।
ডিমৰুৰে ভৰা দুটা পাচিৰ উপমা।
যিহূদীসকলৰ বন্দীত্ব আৰু জাতিবোৰৰ দণ্ড।
যিৰিমিয়াই সঙ্কটত পৰা।
যোঁত-জৰী আৰু যুঁৱলি পঠোৱাৰ উপমা।
মিছা ভাববাদী হননীয়াৰ দণ্ড।
দেশান্তৰিতসকললৈ লিখা যিৰিমিয়াৰ পত্ৰ।
যিহুদীসকললৈ যিহোৱাই কৰা প্ৰতিজ্ঞা।
যিৰিমিয়াই কিনি লোৱা এডোখৰ মাটিৰ উপমা।
যিহূদীসকলৰ বন্দীত্বৰ পৰিবৰ্ত্তন।
চিদিকিয়াৰ ভাবী বন্দীত্ব, আৰু তেওঁ পতা নিয়মটিৰ বিষয়।
ৰেখবীয়াসকলৰ বাধ্যতা।
যিৰিমিয়াই লিখা পুথি।
যিৰিমিয়া বন্দীশালত আৰু কুপত থকা।
যিৰূচালেমৰ পতন।
যিৰিমিয়াক মুক্ত কৰা। গদলিয়াক বধ কৰা। লোকসকলে পলাই মিচৰলৈ যাত্ৰা কৰা।
মিচৰত থকা যিহূদীসকলৰ বিৰুদ্ধে যিৰিমিয়াই তাত কোৱা ভাববাণী।
বাৰূকক দিয়া আশ্বাস বাক্য।
জাতি সমূহৰ বিষয়ে ভাববাণী। মিচৰৰ বিষয়।
পলেষ্টীয়াসকলৰ বিষয়।
মোৱাবৰ বিষয়।
অম্মোনৰ সন্তানসকলৰ বিষয়।
ইদোমৰ বিষয়।
দম্মেচকৰ বিষয়।
কেদৰ আৰু হাচোৰৰ বিষয়।
এলমৰ বিষয়।
বাবিলৰ বিষয়।
যিৰূচালেমৰ আৰু যিহূদাৰ বিনাশ।