^
লূকে লিখা শুভবার্তা
পাতনি
যোহন বাপ্তাইজকৰ জন্মৰ বিষয়ে স্বর্গৰ দূতে জনোৱা
যীচুৰ জন্মৰ বিযয়ে স্বৰ্গৰ দূতে জনোৱা
এলীচাবেতৰ লগত মৰিয়মৰ সাক্ষাৎ
মৰিয়মে ঈশ্বৰৰ প্রশংসা কৰা
যোহন বাপ্তাইজকৰ জন্ম
জখৰিয়াই ঈশ্বৰৰ প্রশংসা কৰা
যীচু খ্ৰীষ্টৰ জন্ম
যীচুৰ বিষয়ে স্বর্গৰ দূতে মেষৰখীয়াক জনোৱা
শিশু যীচুক মন্দিৰলৈ নিয়া আৰু চিমিয়োনে যীচুক দেখা
হান্নাই যীচুক দেখা
যীচুৰ কৈশোৰ কাল
যোহন বাপ্তাইজকৰ প্রচাৰ
যোহনৰ দ্বাৰা যীচুৰ বাপ্তিস্ম
যীচু খ্রীষ্টৰ বংশাৱলী
চয়তানৰ দ্বাৰা যীচু পৰীক্ষিত হোৱা
যীচুৰ শিক্ষা আৰু নিজ নগৰত অগ্ৰাহ্য হোৱা
কফৰনাহূমত যীচুৱে বিশ্রামবাৰে উপদেশ দিয়া আৰু অনেকক সুস্থ কৰা
আচৰিতৰূপে অনেক মাছ ধৰা
যীচুৱে দুজন ৰোগীক সুস্থ কৰা
যীচুৱে লেবীক আহ্বান কৰা
বিশ্রামবাৰ সম্বন্ধে যীচুৰ শিক্ষা
বিশ্রামবাৰে যীচুৱে এজন লোকক সুস্থ কৰা
যীচুৱে বাৰ জন শিষ্যক পাঁচনি বাব দিয়া
পৰ্বতৰ ওপৰত দিয়া যীচুৰ উপদেশ
শত্রুক প্রেম কৰা
নিজক প্রথমে চোৱা
দুই প্রকাৰৰ ফল
দুই প্রকাৰৰ লোক
সেনাপতিৰ দাসক সুস্থ কৰা
এজনী বাঁৰী তিৰোতাৰ পুতেকক জীউৱা
যোহন বাপ্তাইজকৰ প্ৰশ্ন আৰু যীচুৰ উত্তৰ
অনুতাপিত তিৰোতালৈ যীচুৰ দয়া
এজন খেতিয়কৰ দৃষ্টান্ত
যীচুৰ প্ৰকৃত আই আৰু ভাই
ধুমুহা বতাহক শান্ত কৰা
ভূতে পোৱা এজন মানুহক সুস্থ কৰা
এজনী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়েকক জীউৱা
বাৰ জন পাঁচনিক আদেশ দি পঠিওৱা
যীচুৱে লোক সকলক খুউৱা
যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা
যীচুৱে অন্যৰূপ ধৰা
ভূতে ধৰা এটা ল’ৰাক সুস্থ কৰা আৰু শিক্ষা দিয়া
যীচুৱে শেষ বাৰ যিৰূচালেমলৈ যাবলৈ ওলোৱা
যীচুৱে সত্তৰ জনক নিযুক্ত কৰি পঠিওৱা
এজন দয়ালু চমৰীয়াৰ দৃষ্টান্ত
যীচু মার্থা আৰু মৰিয়মৰ ঘৰত আলহী হৈ থকা
প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা
ভূতবোৰৰ বিষয়ে শিক্ষা
সৰলতাৰ বিষয়ে শিক্ষা
কপট আৰু লোভৰ বিষয়ে যীচুৰ শিক্ষা
পৰ দি থকা
মন-পালটনৰ বিষয়ে শিক্ষা
অপ্ৰয়োজনীয় গছৰ শিক্ষা
বিশ্ৰামবাৰে এজন ৰোগীক সুস্থ কৰা;
সৰিয়হ গুটি আৰু খমিৰৰ দৃষ্টান্ত
পৰিত্ৰাণলৈ প্ৰাণপণে চেষ্টা কৰাৰ বিষয়ে শিক্ষা
বিশ্ৰামবাৰে এজন ৰোগীক সুস্হ কৰা
প্রকৃত শিষ্যৰ লক্ষণ
মন পালটোৱা পাপী মানুহৰ পৰিত্ৰাণত ঈশ্বৰৰ যে আনন্দ হয়, সেই বিষয়ৰ তিনিটা দৃষ্টান্ত
ধন ব্যৱহাৰ কৰাৰ বিষয়ে এটা দৃষ্টান্ত
বিঘিনি, ক্ষমা, বিশ্বাস, আৰু নম্ৰতাৰ বিষয়ে শিক্ষা
দহ জন কুষ্ঠ ৰোগীক সুস্থ কৰা
ঈশ্বৰৰ ৰাজ্যৰ আগমণৰ বিষয়ে শিক্ষা
সফল প্রাৰ্থনাৰ বিষয়ে দুটা দৃষ্টান্ত
শিশু সকললৈ যীচুৰ অনুগ্রহ
এজন ধনী শাসনকর্তাৰ প্রশ্ন আৰু উত্তৰ
নিজৰ মৃত্যু আৰু পুনৰুত্থান বিষয়ে তৃতীয় বাৰ জনোৱা
যিৰীহোত এজন অন্ধক চকু দিয়া
চক্কেয়ৰ মন-পালটন
দহ মিনা (অৰ্থাৎ, এশ দিনৰ মজুৰী) বা সোণৰ মুদ্ৰাৰ দৃষ্টান্ত
যীচুৰ জয়-যাত্ৰা
যিৰূচালেমৰ কাৰণে বিলাপ কৰা
মন্দিৰ পৰিস্কাৰ কৰা
যীচুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন
কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত
ৰাজকৰ, পুনৰুত্থান আৰু দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন
অধ্যাপক সকলৰ পৰা সাৱধানে থাকিবলৈ আদেশ
প্ৰকৃত দানশীলা মহিলাক প্ৰশংসা কৰা
খ্ৰীষ্টৰ পুনৰাগমনৰ বিষয়ে জনোৱা
যীচুৰ বিপক্ষে কুমন্ত্ৰণা
যীচুৱে নিস্তাৰ পৰ্বৰ ভোজ পালন কৰা আৰু প্ৰভু-ভোজ স্থাপন কৰা
শিষ্য সকলক অনুযোগ কৰা, আৰু পিতৰক সতৰ্ক কৰা
গেৎচিমানীত যীচুৰ আন্তৰিক যাতনা
শত্ৰুৰ হাতত সমৰ্পিত হোৱা
পিতৰে যীচুক তিনি বাৰ অস্বীকাৰ কৰা
মহাসভাৰ আগত যীচুৰ সোধ-বিচাৰ
পীলাত আৰু হেৰোদৰ আগত যীচুৰ সোধ-বিচাৰ; প্ৰাণদণ্ডৰ আজ্ঞা
ক্ৰুচত যীচুৰ মৃত্যু
যীচুক মৈদাম দিয়া
যীচুৰ পুনৰুত্থান, শিষ্য সকলক দৰ্শন দিয়া
যীচুৰ স্বর্গাৰোহণ