^
মাৰ্কে লিখা শুভবাৰ্তা
যোহন বাপ্তাইজকৰ প্ৰচাৰ
যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা
যীচুৱে প্রকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা; প্রথম চাৰি জন শিষ্য
এজন জঠৰ ৰোগীক সুস্থ কৰা
লেবী, অৰ্থাৎ মথিক আহ্বান কৰা; আৰু লঘোনৰ বিষয়ে শিক্ষা
বিশ্রামবাৰৰ বিষয়ে যীচুৰ শিক্ষা
অনেক মানুহ যীচুৰ পাছে পাছে যোৱা
বাৰ জনক পাঁচনি পদ দিয়া
যীচুক নিন্দা কৰা, আৰু ক্ষমা নোহোৱা পাপ
এজন খেতিয়কৰ দৃষ্টান্ত
শস্য গজি বঢ়াৰ দৃষ্টান্ত
সৰিয়হ গুটিৰ দৃষ্টান্ত
ধুমুহা বতাহ শান্ত কৰা
ভূতে পোৱা মানুহ এজনক সুস্থ কৰা
এজনী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়েকক জীউৱা
যীচুৱে নিজ নগৰত অগ্রাহ্য হোৱা
পাঁচনি সকলক পঠিওৱা
যোহন বাপ্তাইজকক বধ কৰা
পাঁচ হাজাৰ মানুহক খুউৱা৷
পানীৰ ওপৰত খোজ কঢ়া
অশুচিতাৰ বিষয়ে শিক্ষা
এজনী অনা-ইহুদী তিৰোতাৰ জীয়েকক সুস্থ কৰা
কলা আৰু খোনা মানুহ এজনক সুস্থ কৰা
প্ৰায় চাৰি হাজাৰ মানুহক খাবলৈ দিয়া
ফৰীচী সকলৰ শিক্ষালৈ সাৱধান কৰোঁৱা
এজন অন্ধক চকু দিয়া
যীচু সেই অভিষিক্ত জনা; যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা
যীচুৱে অন্যৰূপ ধৰা
ভুতে ধৰা এটা ল’ৰাক সুস্থ কৰা
যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে দ্বিতীয় বাৰ জনোৱা
নম্ৰতা আৰু প্ৰেমৰ বিষয়ে শিক্ষা
ত্যাগ-পত্ৰৰ বিষয়ে শিক্ষা
শিশু সকলক আশীৰ্বাদ কৰা
ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ শিক্ষা
যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱা
যাকোব আৰু যোহনৰ নিবেদন আৰু যীচুৰ উত্তৰ
অন্ধ বাৰতীময়ক চকু দিয়া
যীচুৰ জয়-যাত্ৰা
ফলহীন ডিমৰু গছক শাও দিয়া, দ্বিতীয় বাৰ মন্দিৰ পৰিস্কাৰ কৰা
কেইজনমান বিশ্ৱাসঘাতক খেতিয়কৰ দৃষ্টান্ত
চীজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন
পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন
প্ৰথম আজ্ঞাৰ বিষয়ে প্ৰশ্ন
দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন
অধ্যাপক সকলৰ দোষ দেখুৱাই দিয়া
দৰিদ্ৰ বাঁৰী এজনীয়ে দান দিয়া
যিৰূচালেমৰ বিনাশ, যীচুৰ পুনৰাগমণৰ বিষয়ে জনোৱা
যীচুক ধৰিবৰ কাৰণে কুমন্ত্ৰণা; যীচুৰ গাত সুগন্ধি তেল ঘঁহা; ঈষ্কৰিয়োতীয়া যিহূদাৰ বন্দবস্ত
নিস্তাৰ পৰ্বৰ ভোজ খোৱা; আৰু প্ৰভু-ভোজ স্থাপন কৰা
পিতৰে যীচুক অস্বীকাৰ কৰিব বুলি জনোৱা
গেৎচিমানী বাৰীত যীচুৰ আন্তৰিক যাতনা
শত্ৰুৰ হাতত সমৰ্পিত হোৱা
মহাসভাৰ আগত যীচুৰ সোধ-বিচাৰ
পিতৰে যীচুক অস্বীকাৰ কৰা
পীলাতৰ আগত যীচুৰ সোধ-বিচাৰ, তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা
যীচুক ক্ৰুচত দিয়া
যীচুক মৈদাম দিয়া
যীচুৰ পুনৰুত্থান
শিষ্য সকলক দৰ্শন দিয়া, আৰু শেষ আজ্ঞা