^
প্ৰকাশিত বাক্য
মঙ্গলবাদ; স্বৰ্গনিবাসী যীচুৰ দৰ্শন
এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি স্বৰ্গনিবাসী যীচুৰ আদেশ
স্বৰ্গনিবাসী লোকৰ আৰু তেওঁলোকৰ আৰাধনাৰ দৰ্শন
ঈশ্বৰৰ মেৰ-পোৱালিৰ স্বৰ্গীয় মহিমা
এখন পুথিৰ সাতোটা নুৰা মেলা দৰ্শন
ঈশ্বৰৰ দাসবোৰক ছাব মৰাৰ আৰু স্বৰ্গীয় সুখৰ বৰ্ণনা
সাত জন তুৰী বাদক স্বৰ্গৰ দূতৰ দৰ্শন
এজন বলৱান স্বৰ্গৰ দূত আৰু এটা সৰু পুথিৰ নুৰাৰ দৰ্শন
ঈশ্বৰৰ দুজন সাক্ষীৰ দৰ্শন; সপ্তম তুৰীবাদ্য
সুৰ্য্যক পিন্ধা এজনী তিৰোতা আৰু তেওঁৰ শত্ৰু নাগ
দুটা অদ্ভুত পশুৰ দৰ্শন
স্বৰ্গীয় মেৰ-পোৱালি আৰু তেওঁৰ সঙ্গী সকল; পৃথিৱীৰ শস্য দোৱা আৰু দ্ৰাক্ষাগুটি কটা
সাতোটা শেষ উৎপাতকাৰী নতুন দৰ্শন
মহা-বেশ্যা বাবিল মহা-নগৰীৰ বৰ্ণনা
বাবিল মহা-বেশ্যাৰ বিনাশ
বাবিলৰ বিনাশৰ কাৰণে স্বৰ্গত আনন্দ
ৰাজাধিৰাজ যীচুৰ জয়-যাত্ৰা
হাজাৰ বছৰৰ বৰ্ণনা
শেষ-কালৰ বিচাৰ আৰু নতুন যিৰূচালেমৰ বৰ্ণনা
চেতনা আৰু প্ৰতিজ্ঞাযুক্ত শেষ কথা